Breaking News

খালী হৈছে বিভিন্ন পদ, আজিয়েই কৰক APPLY

কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বহু কেইটা বিভাগত খালী হৈছে বিভিন্ন পদ। আজিয়েই কৰক APPLY

SSC CHSL 10+2 Online Form 2020

১.পদ মুকলি হৈছে  লৱাৰ ডিভিজন ক্লাৰ্ক আৰু জুনিয়ৰ চেক্ৰেটেৰীয়েট এচিচটেণ্ট।

২. পষ্টেল এচিচটেণ্ট আৰু চৰ্টিং এচিচটেণ্ট।

৩. ডাটা এন্ট্ৰি অপাৰেটৰ

আবেদনৰ অন্তিম তাৰিখ– ১০ জানুৱাৰী, ২০২০।

আবেদনৰ মাছুল– ১০০ টকা।

অনলাইনৰ জৰিয়তে কৰিব লাগিব আবেদন।

শিক্ষাগত অৰ্হতা– উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ।

CBSE Recruitment 2019– বিভিন্ন বিভাগত ৩৫৭ টা পদ খালী

আবেদন প্ৰক্ৰিয়াৰ আৰম্ভ হোৱা তাৰিখ– ১৬ ডিচেম্বৰ ২০১৯।

আবেদনৰ অন্তিম তাৰিখ– ১৬ জানুৱাৰী ২০২০।

শিক্ষাগত অৰ্হতা– পদ অনুসৰি অৰ্হতা বেলেগ বেলেগ।

পদ সমূহ

১.  সহকাৰী সচিব– ১৪ টা পদ। (স্নাতক উত্তীৰ্ণ)

২. ছিনিয়ৰ এচিচটেণ্ট– ৬০ টা পদ( স্নাতক উত্তীৰ্ণ)

৩.একাউটেণ্ট– ৬ টা পদ।(স্নাতক উত্তীৰ্ণ)

৪. কণিষ্ঠ সহায়ক– ২০৪ টা পদ, (উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ)

৫. জুনিয়ৰ একাউণ্ট– ১৯ টা পদ,(স্নাতক উত্তীৰ্ণ)

অনলাইনৰ জৰিয়তে আবেদন কৰিব লাগিব।


LIC Housing Finance ত ৩৫ টা সহকাৰী মেনেজাৰৰ পদ খালী–

আবেদনৰ অন্তিম তাৰিখ–  ১৬ ডিচেম্বৰ ২০১৯

অনলাইনৰ জৰিয়তে কৰিব লাগিব আবেদন

শিক্ষাগত অৰ্হতা– আইনৰ স্নাতক।

ডিমৰীয়া মহাবিদ্যালয়ত ৯ টা সহকাৰী অধ্যাপকৰ পদ

খালী হৈছে, ৰাজনীতি বিজ্ঞান, শিক্ষাতত্ত্ব, হিন্দী, অৰ্থনীতি বিজ্ঞান, অসমীয়া, ভূগোল, ভূ–তত্ত্ব বিজ্ঞান বিভাগত ১ টাকৈ পদ।

শিক্ষাগত অৰ্হতা– UGC ৰ নিয়মাৱলী অনুসৰি সহাকাৰী অধ্যাপকৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা।

(৩ ডিচেম্বৰত বিজ্ঞাপন দিয়া হৈছে। অন্তিম তাৰিখ বিজ্ঞাপন দিয়াৰ পৰা ১৫ দিন)

No comments